তোমাৰ সচেতনতা
শ্যামলী অসমৰেই সজাগতা
সজাগ তীক্ষ্ণ দুচকুত
দুৰ্মদ হওঁক নিত্য সতৰ্কতা
তুমি অহা বাট মই
সদায় ফুলেৰে থওঁ সজাই
কেতিয়া আহিবা তুমি
শিৰত সেন্দুৰ সানি
জাগ জাগ জাগ অসমীয়া বজা ৰণতুৰ্য্য
কৰিবই লাগিব তই আজি যুদ্ধ
দেশদ্ৰোহী শত্ৰুক নকৰিলে আজি স্তব্ধ
নৰ’ব অসমীয়াৰ খিলঞ্জীয়া অস্তিত্ব
সৰু সৰু সপোন বোৰ
ধৰি ৰাখিছিলোঁ,
দিঠক দেখাৰ হেপাঁহত।
ক’ত থ’ম মোৰ প্ৰেম
সোণালী আঘোণকে সুধিম
নেকি!
সোণ বৰণীয়া ধানৰ আঁহে
নিশা পোষ্টেলৰ
যোগেদি অহা
অশ্ৰুলেখাৰ সেই
নীলা খামৰ চিঠিখন
হিমচেচা আঙুলিৰ ফাকে ফাকে
নামি আহে শীত,
কুঁৱলীৰ মাজেৰে নিয়ৰে আহি
শীতল কৰি তোলে ধৰণী,,,
চেতন অথবা অৱচেতনত
কঢিয়াই ফুৰিছো তোমাৰ অৱস্থিতি
তোমাৰ নিশ্বাসত ঘনিষ্ঠতা কৰিছো
মোৰ উশাহবোৰ…………
তুমি আন্ধাৰৰ মাজত পোহৰ
বিলাই নীৰৱে জ্বলি
থকা এগছি
চাকি ।