ইয়াত এখন নগৰ আছিল,
আছিল পুৱা গধূলিৰ নগৰীয়া ব্যস্ততা,
শাৰী শাৰী কৈ দোকানত ওলোমাই থোৱা আছিল চিপছৰ পেকেট বোৰ,
Category: কবিতা
জীৱনটো এটা শিল্প
ৰামধেনুৰ দৰেই ই ৰঙীন
ফুলৰ দৰে সুন্দৰ
মোৰ দেশৰ দৰে দেশ
আৰু নেপাঁও এই পৃথিৱীত ।
অপূৰ্ব মোৰ দেশ,
অপূৰ্ব মোৰ দেশ ভাৰতবৰ্ষৰ
ভাষা, সাহিত্য আৰু সংস্কৃতি ।