কেন্দু ঘাটৰ ৰেঙণিয়ে জিলিকাই ৰাখিবনে মোৰ জীৱনৰ ঢিমিক-ঢামাক চাকিগছি?
ভাবনাৰ পালতৰা নাও
দুপৰ ৰাতি গীত জুৰি বতাহৰ তালে তালে অপেক্ষা মাথোঁ তোমাৰ বাবে!
মোক দিছিলা যিদিনা তোমাৰ জীৱনৰ অন্যতম ফচল পাহৰা নাই আজিও
Author: ৰুমী কলিতা দত্ত
মাটি মাহ- কাঠআলু
খাঁহী মাংসৰ সোৱাদ ল’লো
খৰিকাতে তেলবিৰিঙা হাঁহৰ মাংস
আঁৰি মাছৰ জোল খনি
গোন্ধ আছে নাকত লাগি