জীৱন যুঁজত যুঁজিবলৈ।
দূৰ দিগন্তৰ অভিপ্ৰায় লৈ
পাতিছে চক্ৰবেহুৰ জাল।
জীয়াই থকাৰ ভড়াল
Author: ৰিতুল মণি দাস
নিশব্দ ৰজনীৰ পহৰাত
ব্ৰতী জাগ্ৰত আহোম সেনানী।
সময় বোৰ পাৰ হৈছিল
চকুযুৰি মুদি সপোন দেখাৰ
আধুনিক ভাৱ ধাৰাত
কলমটো পুৰণি হ’ল।
ব্যৱহাৰ হ’ল ম’বাইল, ডেস্ক’টপ ।
কেৱল স্বাক্ষৰতে সীমাবদ্ধ কলম
কলমত কৈ শ্ৰেষ্ঠ হ’ল লেপটপ।
ভোগালীৰ পৰম্পৰা মাঘৰ মেজিঘৰ।
আনে সাজিছে আমিও সাজিম।
ঐক্য সংহতিৰে শংকৰ-মাধৱৰ আদৰ্শৰে
ভোজভাত খাম আনন্দেৰে।
কবিতা নিলিখোঁ আজি!!
এখন ছবিকে আঁকিম।
প্ৰশান্তি, পবিত্ৰতাৰে ভৰা
এখন পৰিস্ফুট ছবি।
এখন আন্দোলনৰ ছবি।
ডিফলুৰ সিপাৰৰ মৌপিয়া জাক
হালধীয়া ফুলবোৰক লৈ সদা ব্যস্ত ।
আজি প্ৰফুল্লিত, ৰঙীন পৰিবেশ।
বিহঙ্গ,পশু বোৰে উলাহতে নাচিছে।
বেছিকৈ নকওঁ তোক,
নহ’লে নমৰিব পেটৰ ভোক।
মনৰ প্ৰত্যাশা সুখৰ হ’বি তই
পুৰণিৰ সুৱৰণিত লাগে বৰ ভয়।