শব্দবোৰ ৰ’দ হয়
ৰ’দৰ বুকুত গজি উঠে শব্দবৃক্ষ
সেই বৃক্ষৰ ছাঁত জিৰণি লয় প্ৰজ্ঞাই
ভাষাৰ উৰ্বৰা পথাৰত
Author: প্ৰণীতা হালৈ
চৌদিশে এয়া…
কিহৰ কিৰিলি শুনিছো
অনাকাঙ্ক্ষিত সময়ৰ
অঘোষিত আস্ফালন
ফাগুনৰ মায়াসনা ৰাতি
কাৰ হৃদয় বীণাৰ সুৰে
আমনি কৰে!
জোনাকৰ বুকুতো জ্বলে
তোমাৰ কলিজাটো এতিয়া
মোৰ বুকুৰ মাজত লৈ ফুৰিছোঁ
দুচকুৰ নীলাৰে বৈ বৈ
প্ৰাণত প্ৰেমৰ কঠিয়া সিঁচি
তোমাৰ কলিজাটো এতিয়া
মোৰ বুকুৰ মাজত লৈ ফুৰিছোঁ
দুচকুৰ নীলাৰে বৈ বৈ
প্ৰাণত প্ৰেমৰ কঠিয়া সিঁচি
বহিছা সেউজীয়া দলিচা পাৰি।
মই যে নহওঁ এটি কবিতা
মই যে নহওঁ এটি কবিতা
তোমাৰ কলিজাৰ ছিয়াহীৰে লিখা
শব্দ বিহীন স্তব্ধ নিশা
বুকুত জাগে অব্যক্ত তৃষা
ক’ত থ’ম মোৰ প্ৰেম
সোণালী আঘোণকে সুধিম
নেকি!
সোণ বৰণীয়া ধানৰ আঁহে