হিমালয়ত বহিম
ফকটিয়া বৰফৰে
হুইস্কি গিলিম,
মাজে মাজে,
চলিব উচ্চ শব্দৰে
Author: নকুল শৰ্মা
অকলশৰীয়া আমি
ধলং ধপং কে
গধূলি পাৰ কৰো আমি
হয় অকলশৰীয়া আমি।
মই নিজক আকিছোঁ
এখন দাপোনত
বিশ্বাস কৰিবলৈ হলে
তুমি মই হব লাগিব,
মাতাল মই,
মাতাল তুমি
মই ৰঙীন সুমথৰ ৰাগত
তুমি নানাৰঙী মুখাৰ আগত।
সৰু সৰু সপোন বোৰ
ধৰি ৰাখিছিলোঁ,
দিঠক দেখাৰ হেপাঁহত।