হে বীৰ শ্বহীদ
তোমাকো সহস্ৰ প্ৰনাম
তোমাৰ মাতৃভূমিৰ অগাধ প্ৰেমে
উজলাই ৰাখিছে ভাৰতবৰ্ষৰ নাম

হে বীৰ শ্বহীদ
তোমাকো সহস্ৰ প্ৰনাম
তোমাৰ মাতৃভূমিৰ অগাধ প্ৰেমে
উজলাই ৰাখিছে ভাৰতবৰ্ষৰ নাম
এটুপ এটুপকৈ কপালৰ ঘাম মাটিত পেলাই
এমুঠি পোৱাৰ আশাৰে
শুকান ঠৰঙা পথাৰখনিত হাল নাঙলৰে
তৈয়াৰ কৰিলো বোকা মাটি
কোন দিশে ঢাপলি মেলিছে
অসমীয়া ভাষা সংস্কৃতি
অনুভৱে মোৰ বুকুত বিন্ধিছে
কি ৰূপ লব এদিন নিজৰ সংস্কৃতি
হেৰাইছে আপোনতাৰ ভাৱ