হে প্ৰেম, তুমি দূৰতে ৰোৱা;
তোমাৰ আচৰণ যে আৰু অসহণীয়!
মিঠা শব্দৰে ধৰাসায়ী মোক নকৰিবা;
প্ৰেমৰ আলয়ত শিহৰণকাৰী অনুভূতিয়ে মোক অকলশৰীয়া কৰিব:
Author: কৃষ্ণা কলিতা
স্বাধীনতাৰ অমিয় সুৱাদ
কতযে জীৱনৰ বলিদানত প্ৰাপ্ত!
ৰাখিব লাগিব সদায় তেওঁলোকৰ মান
শতবাৰ নমন কৰি হে মাতৃভুমিৰ সন্তান;
প্ৰেমৰ কবিতা লেখিবলৈ বহিলো
শব্দবোৰে দেখোন দূৰলৈ ঢাপলি মেলিলে
প্ৰেমক কলো,
মোৰ হৃদয়ত থিতাপি লোৱা
মই শব্দৰধাৰা হৈ
একালত আছিলো আমি সাতোভনী…;
সকলো ফালে গোটেইকেইজনী
লাচনি-পাচনি…!
হৃদয়ৰ ভাৱবোৰ আদান প্ৰদান
কৰিছিলো….;
অসমীয়াৰ হিয়াৰ আমঠু
বিহু তিনিটি
পাতি যাওঁ আহাঁ আমি
পুৰণিকলীয়া সংস্কৃতি;
অলিম্পিকত জিম্নাষ্টিক খেলি ব্ৰঞ্জৰ মেডেল পাই অহা অৰ্পিতাই সোণৰ মেডেলৰ আশাত এতিয়া দুগুণ উৎসাহেৰে অনুশীলন কৰিব ধৰিছে । প্ৰশিক্ষকে ওপজি পুৱাতে মুকলি পথাৰত অনুশীলন কৰাই থাকোতে Double Turn ত
ধৰিত্ৰীৰ বুকুত ৰুইছিলো
এডৰা সেউজীয়া;
ঘাঁমৰ টোপালবোৰ মাটিত পৰি হৈছিল
সোণবৰণীয়া: খেতিডৰাৰ ভৰসাতে