মোক জীয়াই থাকিবলৈ দিয়া!
শৰীৰটোৰ ভিতৰত এটা
বিৰল মন গঢ়িছো!
যাৰ আকাশ চুবৰ মন,
Author: কৃষ্ণা কলিতা
অসম মোৰ জন্ম স্বত্বৰে জননী
প্ৰাণৰো প্ৰাণ এয়া মোৰ আপোন ভূমি
লাচিতৰ সাহসেৰে আগুৱাই যাম
জন্মদাত্ৰি মাতৃৰ সু – সন্তান
এক নিৰৱ কণ্ঠ
কম্পিত হয় মোৰ উশাহৰ লগন!
এপলক দৃষ্টিত
শুৱনি মোৰ হৃদয় কোঠালি!
হে নাৰী তুমি
ধৈৰ্য্যৰ এক অবিচল শৃংগ!
ত্যাগৰো বিশেষ আকৰ্ষণ;
ৰূপেৰে তুমি জগতৰ দীপ্তি;
জন্মিয়ে আইৰ কোলাতে
নাম পালো বংশ ৰক্ষক;
দোপত দোপে ডাঙৰ হৈ
খোজে প্ৰতি সঁকিয়নি দায়িত্বৰ:
বটদ্ৰৱাৰ আলিপুখুৰী নামে গাৱঁত
সত্যসন্ধা আইৰ গৰ্ভত পিতা কুসুম্বৰৰ ঔৰসত
জন্মিলা বিষ্ণুৰ অংশ শংকৰ নামেৰে;
দূখীজনক সান্তনাৰ বাণীৰে
ধৰ্ষিতাক আকৌ
জীয়াই থাকিবলৈ প্ৰেৰণাৰে!
ৰোগীজনক আত্মবিশ্বাসৰ সাজ পিন্ধাই;
হৃদয়ত দেশমাতৃৰ সুৰক্ষাৰ পণ গাঁঠি
খোজ পেলাইছিলো বায়ু সেনানীত
ক্ষণে প্ৰতি মনৰ দৃঢ়তা বৃদ্ধি হল
জীৱনটোৰ মায়ামোহ কৰবাত পৰি ৰলঁ
ধৰিত্ৰীৰ সৌন্দৰ্য্যত মুচকছ অম্বৰ
বিচ্ছেদৰ দুখত সৰিল
চকুলো ধাৰাসাৰ
সম্বিত ঘূৰাই পাই থিতাতে