সৰুতে হেৰাই যায়
মোৰ আশাৰ সপোন
নহয় মোৰ মন উতলা ফাগুন
পলাশ ৰঙীন নহওঁ মই
Author: গৌতম গগৈ
কৰোবাক ভাল পাওঁ বুলি ক’লেও
ভাল পাওঁ বুলি ভাবিলেও সঁচা মৰমবোৰ
পোৱা হয় জানো বিচাৰি
মোৰ যে মনত বাৰে বাৰে দোলা দিয়া
আহিছে বিহু ভোগালী,
কুঁৱলীৰ আচ্ছাদন ফালি।
সাজো গাওঁ,নগৰ, চহৰৰ ডেকা,
গাভৰু, বোৱাৰী সকলো সাজো
আনিব ভোগালীক আদৰি।
নিঃসংগতা সঙ্গীবিহীন
কঠিন সন্ধিক্ষণৰ
অন্তৰাত্মাৰ ক্ৰন্দন
ভাৱাবেশ ভৰা জীৱন
বুকুত উঠা-নমা কৰা স্পন্দন।
তুমি আছা দূৰে দূৰে,
মোৰ হৃদয়েখনে, উচুপে
তোমাক বিচাৰে বাৰে বাৰে
নিৰৱে বাট চাই ৰৈ আছো
তুমি অহাৰ আশাৰে।