বাল্য কালৰে পৰা
সাহিত্য চৰ্চাত অনুৰক্ত,
নৱীন সমসাময়িক লিখনিৰে
উজ্জ্বলিত জ্যোতিষ্মান ব্যক্তিত্ব।
Author: ডাঃ প্ৰভাকৰ দাস
নাই কোনোফালে
মানৱীয়তাৰ চিন,
পুৰুষৰূপে নিজকে
কৰিছোঁ বহুত ঘিণ।
নিকা চৰিত্ৰৰ
ৰাজনৈতিক বিচক্ষণতা তন্ন তন্ন,
নিৰপেক্ষ দৃষ্টিভংগী
সবল ব্যক্তিত্বসম্পন্ন।
সঘনাই ভূমিকম্পিত
জনসাধাৰণ শংকিত,
ভূমিকম্পৰ তাণ্ডৱ
অসমবাসী আতংকিত।
প্ৰকৃতিৰ বুকুত
ন-কুঁহিৰ মেলা,
বসন্তৰ ফুলে ফুলে
কুলি-কেতেকীৰ খেলা।
মই উৰি ফুৰা
উৰন্ত পক্ষী,
মোক জানো গছৰ ডালত
বিচাৰি পাবানে সখী?
আকৌ কৰ’ণাৰ
সংহাৰ ৰূপ,
মানৱ জাতিৰ ওপৰত
প্ৰকৃতিৰ প্ৰকোপ।
অতিকৈ চেনেহৰ
বহাগৰ বিহুটি,
অনুপম নৱ ৰূপত
জিলিকিছে প্ৰকৃতি।
থিতাপি লৈছোঁ মই
অনন্ত গগনত,
অগ্নিৰ পক্ষী মই
এই মৰতত।
তোমাৰ নয়নত
সূৰ্য্যৰ পোহৰৰ জিলিকনি,
জীৱন হল আনন্দময়
মুখত হাস্যৰ বিৰিঙনি।