মইয়ে গংগা,
মইয়ে সৰস্বতী,
মইয়ে লক্ষ্মী, সত্যভামা,
মইয়ে ৰাধা
মইয়ে ৰুক্মিনী জগত কৰ্তাৰ
Author: দিপুল পাঠক
আপুনি বাৰু প্ৰেমত পৰেনে?
যদি পৰিছে
প্ৰেমৰ বাবেই আপুনি সাঁতুৰিছে মৰমৰ বিশাল সাগৰ
প্ৰেমত পৰিছে বাবেই উৰিছে, মন আকাশৰ শুকুলা ডাৱৰ
ৰাতিটো নিয়ৰত তিতি তিতি ক্ষণ গনিছিল দোকমোকালিলৈ
কাউৰীয়ে কা কা কৰি উপৰেদি পাৰ নহওতেই
জ্বলিব উমি উমি,
উমাল পৰশত আশাবোৰ সাহসী হব,
প্ৰেমৰ ফুল ৰুইছিলোঁ বুকুত,
মৰমৰ ফুল ফুলিল
কাঁইটিয়া গোলাপ হৈ,
এতিয়া মোৰ বুকুতে বিন্ধে,
প্ৰতিক্ষণে প্ৰতিপলে।
স্পষ্ট কথা তোমাৰ,
মই আপোনাক ভাল নেপাওঁ,
সেই বাবে আপুনি মোকলৈ কোনোদিন নেদেখিব মিছাকৈ ৰঙীন সপোন ।
সেইদিনাৰ পৰাই,