বুকুত বেদনাসিক্ত
এবুকু দুখ লৈ
আশা বোৰ
শুকান মৰহা পাতৰ দৰে
মৰহি যাৱ ধৰিছে।
Author: বিনিতা বৰা
জোনাক বিহীন এন্ধাৰ নিশা,
খিৰিকিৰ ফাঁকেৰে,
নিশব্দে দুৰ্স্বপ্ন বোৰ
কাষ চাপি আহে।
সৌ সিদিনা
এন্ধাৰ নিশা,
প্ৰদীপৰ খুটাটোৰ তলত ৰৈ,
চকা মকা চাৱনিৰে
শেহতিয়া ফাগুনৰ
ব’তাহ জাকত নীৰৱে,
উৰি যাব ধৰিছে তোমাৰ,
বিষাদ ভৰা অভিমানী মন।
জীৱনৰ জটিল পথত
উওৰ নাপালো বিচাৰি।
ন্ধাৰ নিশা
একা বেকা পথত
দুকুৰি বছৰ পাৰ হৈ গ’ল!
শীতৰ সেমেকা ৰাতি
কৰপৰা আহিল
অম্বিকাগিৰি
জোনৰ পোহৰত
আহিছোঁ ওলাই,
প্ৰতিটো পলতে মোৰ হৃদয়ত অনুৰণিত হয়
তোমাৰ গীতৰ কণ্ঠ আৰু
দুচকুত ভাঁহি উঠে তোমাৰ
জীয়া প্ৰতিচ্ছবি খন।