মই নিলিখো আৰু পপিতা
এটি বিষাদ ভৰা কবিতা
লিখিম দাৰি, কমা, ছন্দ হীন সবিতাৰ কথা।
কাহিলি পুৱাতে উঠি চাওঁ তোমাৰ,
Author: বিনিতা বৰা
মোৰ কোঠাৰ কাষতে আছে
খৰিকা জাঁই ফুলজোপা
পুৱা খিড়ীকি খুলিয়ে
তাৰ সুবাস পাওঁ মই
সযতনে ৰাখিছিলোঁ যদিও
দুৰ্দিনৰ কোলাহোলত
হঠাৎ হেঁৰাই গ’ল
স্নেহৰ দোলেৰে বন্ধা আপোন
নিষ্ঠুৰ নিয়ঁতিৰ
নিশ্বাসত
জীয়াই আছে মোৰ জীৱন।
শূন্য মোৰ বুকু