ইজনৰ পিচত সিজন বীৰ পুত্ৰৰ মত্যত
ম্ৰীয়মাণ হৈছে আই অসমী।
এজন বীৰ পুত্ৰ শ্বহীদ হৈ
ঘৰমুৱা যাত্ৰা আৰম্ভ কৰোঁতেই
Author: অঞ্জনা বৰা দত্ত
মই মুকবধিৰ। ভগৱানে মোক কিয় ইমান ডাঙৰ শাস্তি বিহিলে মই নাজানো। ইজনে সিজনৰ লগত হাঁহি-মাতি কথা পাতিলে মই কিবা হৈ যাওঁ।
অসীম সাহস আৰু
ত্যাগ স্বীকাৰ কৰি
অতীন্দ্ৰ প্ৰহৰী হৈ
ৰাখি আছা ভাৰত মাতৃক
জীৱন ডিঙাখনি
বহু আশা কৰি
সংসাৰ সমুদ্ৰত মেলি দিলো ,
তৰঙ্গৰ হেঁচাত পৰি
দেশ মাতৃৰ তুমি
সুযোগ্য সন্তান,
মাতৃৰ বকুত
ৰাখি গ’লা নাম;
চিকিম, দাৰ্জীলিং আদি
স্বাস্থ্যকৰ ঠাই,
দেশ-বিদেশৰ পৰ্যটক
ফুৰিবলৈ যায়|
সপোন সপোন লগা এটি পৰিবেশ
মোৰ হাতত এখন কিতাপ!
কিতাপখনৰ লিখক মইয়েই!
মোৰ এখন কিতাপ ওলাব,
মহান আত্মাৰ অধিকাৰি হৈ
হে মহান শিল্পী !
কৰিলা সকলোৰে
অন্তৰ জয়|
অ’ পাহাৰ!
তোৰ ৰূপ দেখি
দুঃখ লাগি যায়;
তোৰ আগৰ বিনন্দীয়া ৰূপ
সমূলি নাই |
মনৰ আশাবোৰ
দূৰ দিগন্ত ভেদি
পাখি মেলে আকাশ চুবলৈ|
নিয়ঁৰৰ মুকুতা সৰা
দুবৰিত খোজ থমকি ৰয়|