মই মহা বিপ্লৱ
মই মহা তান্ডৱ
মহা সংগ্ৰামী দুৰন্ত বাস্তৱ

মই মহা বিপ্লৱ
মই মহা তান্ডৱ
মহা সংগ্ৰামী দুৰন্ত বাস্তৱ
মই নিজক আকিছোঁ
এখন দাপোনত
বিশ্বাস কৰিবলৈ হলে
তুমি মই হব লাগিব,
মই জীৱ শ্ৰেষ্ঠ মানৱ
জীয়াই থকাৰ দোৰ্ঘোৰ মোহ!
মই স্বাৰ্থহীন নিৰিহ এগৰাকী অবলা নাৰী।
ইয়াতেই
হয় ঠিক ইয়াতেই
মোৰ হিয়াত দপ্ দপাই পাৰ হৈ যোৱা
এটি মধুময় উতলা সন্ধিয়াত
শিক্ষক নহয় এটা চৰ্তসিদ্ধ শব্দ
অভিপ্ৰেত অৰ্থ তাৰ বিজ্ঞান সন্মত।
শিক্ষকৰ শিক্ষকতা
শিষ্টাচাৰ ক্ষমা কৰুণাদীপ্ত কৰ্তব্যপৰায়ণতা
কিনকিনিয়া বৰষুণত তুমি
মোৰ জপনাখনৰ আগেদি
অগা- দেৱা কৰিছিলা।
খিৰিকিৰ ফাকেৰে চাই পঠিয়ালো মই।
ৰাজপথত বহিছ
অনশন কৰিছ
প্ৰচেচন কৰিছ
চৰকাৰৰ বিৰুদ্ধে মাত মাতিছ৷
মই যে নহওঁ এটি কবিতা
মই যে নহওঁ এটি কবিতা
তোমাৰ কলিজাৰ ছিয়াহীৰে লিখা