অংগীকাৰ কৰিছো
সুৰুযৰ প্ৰথম প্ৰহেলিকা
হৃদয়ত ৰঙা দলিচা পাৰি
হৃদয়ৰ দুৱাৰ খুলি
আদৰি আনিম
তোমাক।
All Posts

৩৬৫দিনে এটা বছৰ
ওৱালত আৰিথোৱা ঘড়ীৰ
কাটাৰ দৰে অবিৰাম গতিৰে
আগবাঢ়ে সময়ে।

এবাৰ তোমাৰ গীতৰ ৰাগিনী হৈ
মিলি যাব খোজোঁ তোমাৰ সুৰৰ লগত।
এবাৰ তোমাৰ কবিতাৰ ছন্দ হৈ
মিলিযাব খোজোঁ বতাহৰ লগত।

সূৰ্যৰ শক্তি কিমান
অস্ত আকাশৰ
জিলমিল পোহৰেৰে
পশ্চিমৰ ৰঙা বেলিটোৱে
ৰিঙিয়াই কৈ যায়

মই তোমাৰ প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ
বন্ধু …. প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ__
মই বিচাৰোঁ তোমাৰ সহযোগী হ’ব লৈ
তোমাৰ সুখত সুখী আৰু
তোমাৰ দুখত দুখী হ’ব বিচাৰোঁ

ধৰ্মীয় কুখ্যাত সন্ত্ৰাসবাদ
নহয় যদি উৎস্খাত
অৰ্থহীন অস্তিত্ব ৰক্ষাৰ আন্দোলন অৱৰোধ
হুংকাৰ প্ৰতিবাদ

জীৱনৰ শেষ আশ্ৰয়ৰ স্থল
বৃদ্ধাশ্ৰম |
জী-জোঁৱাই,পুত্ৰ- বধূৰ
ব্যস্ত জীৱন |