ধুমুহাত গছবোৰে
নাচিছে হালি জালি
যেন চঞ্চলা ষোড়শী
গাভৰুৰ লাহি ককাল

ধুমুহাত গছবোৰে
নাচিছে হালি জালি
যেন চঞ্চলা ষোড়শী
গাভৰুৰ লাহি ককাল
সপোন বিলাক সপোনহৈ ৰৈ গ’ল,
দি গ’ল মাথোঁ এটি মিঠা অনুভূতি!
কথা বিলাক ভবাৰ দৰে নাছিল।
কিন্তু অনুভৱ বিলাক সচাঁ আছিল!
সংগ্ৰামী আজি আমি সংগ্ৰামী
কৃষক, শ্ৰমিক, হালোৱ, বনোৱ সৱে
আজি আমি সংগ্ৰামী
বিপ্লৱী আজি আমি বিপ্লৱী,
কৃষকৰ ৰঙা তেজেৰে গাঠিম
বিষ্ণু ৰাভা
তুমি সাৰে আছানে?
নাই নালাগে সাৰ পাব
তুমি টোপনি যোৱা
১৯৮৬ চন মানৰ কথা হব ৷ কুৰুৱা আৰু গুৱাহাটীৰ মাজত চামদাঙ আৰু নামদাঙ জাহাজ চলা দিনৰ কাহিনী ৷ উপৰ কুৰুৱাৰ শংকৰ মন্দিৰৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ পাৰৰ খেলপথাৰ খনত প্ৰায়ে প্ৰতিযোগিতা মূলক ফুটবল খেলা হৈছিল ৷ বাকা, মানদাকটা, জলাহ, খলিহৈ আৰু গনেশ কুৱৰীৰ পৰা ফুটবল ক্লাবৰ লগত কুৰুৱা দলৰ প্ৰতিযোগিতা হৈছিল ৷ এতিয়াও মনত আছে
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। প্ৰাচীন ভাৰতীয় জীৱন শৈলীৰ অংগ স্বৰূপ যোগৰ গুৰুত্ব সমগ্ৰ বিশ্বই ক্ৰমে উপলব্ধি কৰিব ধৰিছে বাবেই ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘই প্ৰতি বছৰৰ ২১ জুনৰ
ট্ৰেফিক ছাৰ,ভালনে আপোনাৰ?
কি সংখ্যা আজি,যুগ্ম নে অযুগ্ম?
নিত্য নতুন এচ.অ.পি. ১২/১/২/৫
ট্ৰেফিক ছাৰ ভালনে আপোনাৰ?