All Posts

দিনটোৰ আটাইবোৰ কাম-কাজ সামৰি মাধুৰিমাই হাতত মোবাইল ফোনটো লৈ আগফালৰ বেলকনিতে সদায় অকলশৰে বহু পৰ বহি থাকে। মানব (মাধুৰিমাৰ স্বামী) অফিচৰ পৰা আহে মানে ৰাতি প্ৰায় ৯ মান বাজে। আজি চৈধ্য বছৰ হ’ল তেওঁলোকৰ সংসাৰ কৰাৰ কিন্তু আজিলৈ মাক হোৱাৰ সৌভাগ্য কণ তাইৰ নহ’ল।

Read More

শীতৰ এটা উম লগা সন্ধিয়া
নিৰ্জন আৰু নিসংগতাৰ
সুযোগ লৈ বহি আছো অকলশৰে জুহালৰ কাষত।
বাহিৰত তেতিয়া টোপ-টোপ কৈ সৰিছে ঠেৰেঙা লগা শীত
জুহালৰ কাষত গলিছে মোৰ হৃদয়।

Read More

মহাৰাষ্ট্ৰৰ এজনী নাবালিকা ৯ বছৰ বয়সতে ৩৫ বছৰীয়া বয়সৰ পুৰুষ এজনৰ লগত বিয়া হৈ অভাৱনীয় অভাৱ অনাটন ত জীৱন কটাই ছিল। ২০ বছৰ বয়সত সন্তান সম্ভৱা হৈ থাকোতে স্বামীয়ে অত্যাচাৰ কৰি ঘৰৰ পৰা গুৰিয়াই উলিয়াই দিওতে বেহুচ হৈ থকা অৱস্থাতে এটি সন্তান জন্ম হয় আৰু নাৰীদাল নিজে পাথৰেৰে ১৬ বাৰ মাৰি মাৰি কাটিছিল।

Read More