আধালেখা কবিতাবোৰ
মনৰ কোঠাত
সাঁচি ৰাখিছো
সযতনে।

আধালেখা কবিতাবোৰ
মনৰ কোঠাত
সাঁচি ৰাখিছো
সযতনে।
বসন্তৰ এজাক বৰষুণে
বাৰুকৈ আমনি কৰিছে
মেঘৰ গজৰো নিনাদ আৰু ধেৰেকণীয়ে
বাৰুকৈ তোমালৈ
মই উৰি ফুৰা
উৰন্ত পক্ষী,
মোক জানো গছৰ ডালত
বিচাৰি পাবানে সখী?
মই এগৰাকী দুৰন্ত প্ৰেমিক
তোমাৰ পৰা আজুৰি আনিম
প্ৰেমৰ ফল্গু ধাৰা ।
স্নান কৰিব খোজো
আকৌ কৰ’ণাৰ
সংহাৰ ৰূপ,
মানৱ জাতিৰ ওপৰত
প্ৰকৃতিৰ প্ৰকোপ।
স্বৰ্কীয় প্ৰতিভাৰে বহাগ আহে
পৃথিৱীলৈ।
ঠেঁটুৱে ধৰা শীতত নিৰস হৈ পৰা,গছ-লতিকায়ো সজীৱ
হৈ পৰে,বসন্তৰ আগমনত।
অতিকৈ চেনেহৰ
বহাগৰ বিহুটি,
অনুপম নৱ ৰূপত
জিলিকিছে প্ৰকৃতি।