স্নকধৰ জোনাক
শীতৰ জোনাকৰ ৰাতি
জক্ মক্ কৈ ফুলিছে
মোৰ মনৰ বাগিছাত
নানা ৰঙৰ ফুল।
ৰঙা ৰঙৰ নাজিৰ
পাহিৰে কৰিছে মোক
আকোল।
স্নকধৰ জোনাকত
ফুলিছে জক্ মক্ কৰি।

Related Posts