শিক্ষাগুৰুৰ মাহাত্য

শিক্ষাগুৰুৰ জুলুঙা ফুটি
তপতপকৈ বৰষিব জ্ঞানবৃষ্টি
জ্ঞানপিপাসুৱে বুটলিব থপাথপি

গুৰুৱে জ্ঞানবৃক্ষ লগাব
শিষ্যই প্ৰতিপালন কৰিব
নৱাগতে সোৱাদ লভিব

জ্ঞানৰ সুৰুজেও ভুমুকিয়াব
অন্ধকাৰৰ দেৱাল ভাঙি
সৰ্বদিশে মানৱতাই উকিয়াব

Related Posts