অসমীয়াৰ মনে পৰশা
জ্যোতি সংগীতৰ ৰসধ্বনি,
পহিলা বোলছবি জয়মতীৰে
চলচ্চিত্ৰ জগতৰ পাতনি।

অসমীয়াৰ মনে পৰশা
জ্যোতি সংগীতৰ ৰসধ্বনি,
পহিলা বোলছবি জয়মতীৰে
চলচ্চিত্ৰ জগতৰ পাতনি।
সুপ্ত দুনয়নে মৌন দুটি ওঁঠৰ ভাষাৰে
কিনো বুজাব খোজা আহি অজানিতে নিৰৱে৷
আঁশাৰে পানশৈত হেঁপাহৰে কাৰেংটিত
ৰচিলো হাজাৰটি মায়াভৰা সপোন গোপনে৷
“জন্ম হ’লে মৃত্যু অনিবায্য”
এইটো চিৰন্তন বাস্তব সত্য।
তথাপিতো……
তুমি মহিমাময়ী —-
হৰিণ নয়নী–নয়নৰ মণি—
লুইতৰ পাৰৰ লিহিকা খাগৰি,
মুগ্ধ বিমুগ্ধ আপোন বন্ধুত্ব–
মোৰ কোঠাৰ কাষতে আছে
খৰিকা জাঁই ফুলজোপা
পুৱা খিড়ীকি খুলিয়ে
তাৰ সুবাস পাওঁ মই
হাতী কাণ যেন লগা শুকান ৰুটীবোৰ
দেখিলেই ওকালি আহে
দাঁত ভাঙো ভাঙো হৈ পৰে
টান চাম্ৰা দৰেই অদ্ভুত ৰুটীবোৰ
আগবঢ়াই দিছিল
মই যুৱ খেতিয়ক
হওঁ অসম দেশৰে,
স্বাৱলম্বী খেতিয়ক হোৱাৰ
যাত্ৰা সোণালী সপোনেৰে