অকলশৰীয়া আমি
ধলং ধপং কে
গধূলি পাৰ কৰো আমি
হয় অকলশৰীয়া আমি।

পৰাজিত হয় যায়
বটলৰ অন্তৰ ভাগ,

সৰু হয় যায় ৰাস্তা বোৰ,
উদং হয় যায় জেপ্
কিন্তু…
পৰাজিত কৰিব নোৱাৰে
তুমি সানি দিয়া বিষাদ বোৰ।

Related Posts