কবিতাৰ সুৰৰ ধ্বনি
ছন্দই লগাই মুকুতাৰমণি
অনুভৱত হৃদয় খলকণি
শব্দপ্ৰলয়ৰ মহিমা চোৱা
কবিতাৰসেৰে সমাজ গঢ়ে
নৱাগতক শব্দমায়াৰে বান্ধে
অনুশাসনৰ বাঘজৰীত ৰাখি
মিঠাকথাৰে মানৱপ্ৰেম সিঁচি
নকৰেনে কবিসকলে চতুৰালি
কবিতাৰ সুৰৰ ধ্বনি
ছন্দই লগাই মুকুতাৰমণি
অনুভৱত হৃদয় খলকণি
শব্দপ্ৰলয়ৰ মহিমা চোৱা
কবিতাৰসেৰে সমাজ গঢ়ে
নৱাগতক শব্দমায়াৰে বান্ধে
অনুশাসনৰ বাঘজৰীত ৰাখি
মিঠাকথাৰে মানৱপ্ৰেম সিঁচি
নকৰেনে কবিসকলে চতুৰালি