সময় গৈছে উৰি টিক টিক টিক,
জীবনৰ প্রতিটো পল হয় জিক্ মিক্।
নিদিবা হেৰাই যাব অতীতৰ সোঁৱৰণি,
ভবিষ্যতো আহিব এদিন কুৱঁলী ফালি।

নেভাবিবা বৰ্তমানক ধৰি ৰাখিবা বুলি,
নহলে জীৱনৰ ৰহন কেনেকৈ হ’ব সলনি?

Related Posts