সেই সময় জোনাক আছিল,
প্ৰতি পলে
পোহৰ বাগৰিছিল,
জীৱন জিলিকি আছিল।
আন্ধাৰ আতৰি গৈছিল
অন্য দিশত,
ক্ষুব্ধ মনৰ ভাৱ
আতৰিল বেজাৰত।
উৰ্ম্মিমালা বাগৰি ফুৰিল
সোনালী বালিত,
অভিমান কৰি আতৰিল
সাগৰৰ বুকুত।

Related Posts