(১)
নিভাঁজ মনোমোহা হাঁহিটোৰ বাবে
নিভাঁজ মনোমোহা হাঁহি টোৰ বাবে
জীৱনৰ শিলাময় পথবোৰো
পাৰ কৰিব পাৰো হেলাৰঙে।
(২)
কণ কণ ভৰি তোমাৰ
কণ কণ হাত
চকুৰে প্ৰভাত বিলোৱা
হাহিঁটিৰে সৰগ দেখুৱা
(৩)
জীৱনৰ এনে অনুপম তৃষা
জীৱনৰ এনে অনুপম তৃষা
তোমাক নেদেখোটোতে
নাছিলে আশা।

Related Posts