climate sign outside blur

ভাইহঁত জাতিটো নাথাকিব
ভাইহঁত দেশখন বিক্ৰী হব
ভাইহঁত বুজিওঁ নুবুজ কিয়?

ভাইহঁত চলনাত ভোল গলি কিয়?
ভাইহঁত ভাষাওঁ হেৰাই যাব
ভাইহঁত দেশৰেমাটিত
তেজৰ
তুমৰলি হব হব যেন লাগিছে

ভাইহঁত নিজৰে মাটিত নিজেই
আলহী হ’ম যেন লাগিছে
তেতিয়া সময় আৰু নাথাকিব!

ভাইহঁত শান্তনাত শুবলৈ এৰিবৰ হ’ল
ভাইহঁত একমুঠ হৈ ভাৱিৰ হ’ল!
সময়ে নহলে কাকো ক্ষমা নকৰিব।
ভাইহঁত কথাবোৰ এয়াকে কলো!

Related Posts