দুষ্ট জোনাক
আজি যে কৃষ্ণ পক্ষ
আহিব নোৱাৰ কাষলৈ।

আজি আকাশত উজ্জলিব
এজাক তৰা
নাচিব জোনাকী পৰুৱা হৈ।

নিহাৰিকা ওলাব,
আবেগৰ সপোন ৰচিম
দূৰ আকাশৰ বুকুত।

Related Posts