জোনাকী পৰুৱাই জিলিকাই
আন্ধাৰত হেৰোৱা পথ
গতিময় হয় খোজ।

দূৰৈৰ পঁজাত জিলিকা
টিপচাকিয়ে দিয়ে সিঁহৰণ
ভৰাই হিয়াৰ কৰণি।

অনাবিল তৃপ্তিৰ এসাঁজ
ভোকৰ ভাতত বিচাৰো
সোৱাদৰ এমোকোৰা হাঁহি।

Related Posts