সন্ধিয়া চৌকাত জুইকুৰা লগোৱাৰ লগে লগেই চোনু আৰু মুনো আইতাকৰ কাষ পালেহি। আইতা, আজি বহুত দিন আপুনি আমাক সাধু কোৱা নাই। আজি সাধু এটা কওঁক না আইতা…..! আইতাকৰ ভৰিখনত ধৰি জোকাৰি দিলে মুনোৱে।
: উসঃ…! ৰাম তহঁতৰ পৰা আৰু উপায় নাই । শুন তেতিয়াহ’লে….

এই শুনানা কথা এটা তোমাৰ দুকান পাতি ৷
তোমাৰ ভালপোৱা পৰাই বেছিকৈ পৰিলো কবিতাৰ প্ৰেমত ৷৷
মোৰ আকোৰগোঁজ মনোভাৱৰ ভুৰভুণীক দিয়া জোকাৰি ৷
ওফোন্দ পাতি থকা দুগালত ধৰি ঘোপাকৈ চাই দিয়া মোহাৰি৷৷
নিৰ্মল কোমল প্ৰকৃতিৰ ওপৰত
এখন সম্পূৰ্ণ আকাশ,
উদিত সূৰুযৰ পোহৰ আছিল
কিন্তু ৰ’দ নাহিল।
মোক জীয়াই থাকিবলৈ দিয়া!
শৰীৰটোৰ ভিতৰত এটা
বিৰল মন গঢ়িছো!
যাৰ আকাশ চুবৰ মন,