মোৰ কোঠাৰ কাষতে আছে
খৰিকা জাঁই ফুলজোপা
পুৱা খিড়ীকি খুলিয়ে
তাৰ সুবাস পাওঁ মই
Month: June 2021
হাতী কাণ যেন লগা শুকান ৰুটীবোৰ
দেখিলেই ওকালি আহে
দাঁত ভাঙো ভাঙো হৈ পৰে
টান চাম্ৰা দৰেই অদ্ভুত ৰুটীবোৰ
আগবঢ়াই দিছিল
মই যুৱ খেতিয়ক
হওঁ অসম দেশৰে,
স্বাৱলম্বী খেতিয়ক হোৱাৰ
যাত্ৰা সোণালী সপোনেৰে
মোৰ হৃদয়ৰ লঠঙা ডালত
তোমাৰ প্ৰেমৰ কোমল কুঁহি
উশাহত হিমগলা উষ্মতাৰ নিলাজ চুপতি।
কেনেকৈ ভাৱিলা?
১৯৩৯ চনৰ কথা, দ্বিতীয় মহাযুদ্ধ চলি থকাৰ মাজতেই জৰুৰীকালীন ভাৱে ব্ৰিটিছ চৰকাৰে বহু কৈশোৰ লৰা ছোৱালীক বলপূৰ্বক ভাৱে সৈন্য বাহিনীত ভৰ্তি কৰি যুদ্ধলৈ পঠোৱা আৰম্ভ কৰি দিছিল ৷ তেনেদৰে পঠোৱা হেজাৰ বিজাৰ সামৰিক জোৱানবোৰৰ মাজতেই আছিল টিকটিকীয়া ৰঙা ওঁঠযুৰিৰে মৰম লগা এজন স্কটিছ কিশোৰ আলিষ্টেইৰ উৰ্কুহাৰ্ট ৷ তেওঁৰ জন্মস্থান আছিল
ৰ’দজাক বৰ তপত
দেই গৈছে
শৰীৰৰ শুকান চালবোৰ।
এজাক বৰষুণ অহা হেতেন
বহু লিখিলোঁ
প্ৰেমৰ কবিতা
তথাপি নাপালোঁ
মোৰ কবিতাৰ প্ৰেমত