আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। প্ৰাচীন ভাৰতীয় জীৱন শৈলীৰ অংগ স্বৰূপ যোগৰ গুৰুত্ব সমগ্ৰ বিশ্বই ক্ৰমে উপলব্ধি কৰিব ধৰিছে বাবেই ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘই প্ৰতি বছৰৰ ২১ জুনৰ
Month: June 2021
ট্ৰেফিক ছাৰ,ভালনে আপোনাৰ?
কি সংখ্যা আজি,যুগ্ম নে অযুগ্ম?
নিত্য নতুন এচ.অ.পি. ১২/১/২/৫
ট্ৰেফিক ছাৰ ভালনে আপোনাৰ?
ৰাভাদেৱৰ গীত কবিতা নাটকত
সংগ্ৰামৰ প্ৰচণ্ড লহৰ,
শোষিত জনতাৰ প্ৰাণত
জাগ্ৰত জুই বিপ্লৱৰ।
কৃষক-শ্ৰমিক একত্ৰ বলেৰে
অসমীয়াৰ মনে পৰশা
জ্যোতি সংগীতৰ ৰসধ্বনি,
পহিলা বোলছবি জয়মতীৰে
চলচ্চিত্ৰ জগতৰ পাতনি।
সুপ্ত দুনয়নে মৌন দুটি ওঁঠৰ ভাষাৰে
কিনো বুজাব খোজা আহি অজানিতে নিৰৱে৷
আঁশাৰে পানশৈত হেঁপাহৰে কাৰেংটিত
ৰচিলো হাজাৰটি মায়াভৰা সপোন গোপনে৷
“জন্ম হ’লে মৃত্যু অনিবায্য”
এইটো চিৰন্তন বাস্তব সত্য।
তথাপিতো……
তুমি মহিমাময়ী —-
হৰিণ নয়নী–নয়নৰ মণি—
লুইতৰ পাৰৰ লিহিকা খাগৰি,
মুগ্ধ বিমুগ্ধ আপোন বন্ধুত্ব–