নাই কোনোফালে
মানৱীয়তাৰ চিন,
পুৰুষৰূপে নিজকে
কৰিছোঁ বহুত ঘিণ।

নাই কোনোফালে
মানৱীয়তাৰ চিন,
পুৰুষৰূপে নিজকে
কৰিছোঁ বহুত ঘিণ।
আগতে শুনিছিলোঁ
কিতাপ-পত্ৰত পঢ়িছিলোঁ
এতিয়া স্বচক্ষে দেখিছোঁ
মৃত্যুৰ চিঞৰ
মোৰ শিতানত নিলাজী বনৰ স্থিতি
প্ৰতিনিশাত চুই চোৱাৰ হেঁপাহ…
হৃদয়ৰ স্পন্দনত,
বাখৰুৱা সপোনৰ জোনাক এমুঠি।
জীৱন মানেইটো সংগ্ৰাম
এইয়াই জীৱনৰ মাধুৰ্যতা।
দুখৰ চকুপানীৰ মাজতে
বিলিন হৈ থাকে
সি দৌৰিছে
প্ৰাণ টাকি
বহু জোৰেৰে দৌৰিছে
শৰীৰৰ সমস্ত শক্তি
থুপ খুৱাই সি দৌৰিছে
নিকা চৰিত্ৰৰ
ৰাজনৈতিক বিচক্ষণতা তন্ন তন্ন,
নিৰপেক্ষ দৃষ্টিভংগী
সবল ব্যক্তিত্বসম্পন্ন।