আধুনিকতাৰ মৰিচিকা ব্যক্তিকেন্দ্ৰিক-অনুশাসনহীনতা,
জীৱন কৰ্মৰ সাৰশূন্যতা
ভৱিষ্যত অনিশ্চয়তা অনিৰাপত্তা

আধুনিকতাৰ মৰিচিকা ব্যক্তিকেন্দ্ৰিক-অনুশাসনহীনতা,
জীৱন কৰ্মৰ সাৰশূন্যতা
ভৱিষ্যত অনিশ্চয়তা অনিৰাপত্তা
মাঁক জগত জননীৰূপে আমি পূজো । কিন্তু তোমাৰ এইটো কি ৰূপ মাঁ? মইতো তোমাৰেই অংশ। তোমাৰ ভৰসাতেই এই জগত খনলৈ আহিছিলোঁ। মোৰ কণমানি দেহাটো চাই তোমাৰ অকণো বুকু কঁপি নুঠিলনে??তোমাৰ অকণো চকু সেমেকি নগলনে??? মই তোমাৰ কি অনিষ্ট কৰিছিলোঁ মাঁ??
বুকুত বেদনাসিক্ত
এবুকু দুখ লৈ
আশা বোৰ
শুকান মৰহা পাতৰ দৰে
মৰহি যাৱ ধৰিছে।
হে নাৰী তুমি
ধৈৰ্য্যৰ এক অবিচল শৃংগ!
ত্যাগৰো বিশেষ আকৰ্ষণ;
ৰূপেৰে তুমি জগতৰ দীপ্তি;
হাতত ফুললৈ
এতিয়া আহিছা কিয় মোৰ কাষলৈ
অহাটো তোমাৰ বহুত দেৰিহৈ গ’ল
বহুত দেৰিহৈ গ’ল