গাড়ীখনৰ পৰা নামি অভিনন্দন আৰু টেক্সিৰ ড্ৰাইভাৰজনে কি হৈছে মানুহৰ ভিৰ ঠেলি উমান লবলৈ চেস্তা কৰিলে ৷ পথৰ কাষৰ পৰা ত্রিশগজ মান তলত গড়খাৱৈত এখন হুণ্ডাই নেভেৰা গাড়ী ওলোটাখাই পৰি আছে৷ চকাফুটি চুচৰি গ’ল৷ গোটখোৱা মানুহখিনিয়ে ততাতৈয়াকৈ দূৰ্ঘটনাত পতিত গাড়ীখনৰ পৰা গুৰুত্বৰ ভাৱে আহত অৱস্থাত এজন বৌদ্ধ লামা উদ্ধাৰ কৰিব
Month: April 2021
সঘনাই ভূমিকম্পিত
জনসাধাৰণ শংকিত,
ভূমিকম্পৰ তাণ্ডৱ
অসমবাসী আতংকিত।
কাঢ়ি নিলা তুমি মোৰ দুচকুৰে নিদ্ৰাক ৷
ভাবিবলৈ বাধ্য কৰালা আকুল প্ৰেমৰে সংজ্ঞাক ৷৷
হাঁহিম নে কান্দিম
মৰমত বন্দী সেউজী হৃদয়খনক চুই
সিদিনা যে দেখিছিলো কোনোবা নিৰ্জন দ্বীপত
ৰাতিৰ জোনাক হৈ জিলমিলাই থকা
ঐ ভাবিছা নেকি?
পাহৰি পেলাইছোঁ বুলি তোমাক!
নাই পাহৰা আৰু নাপাহৰোঁ৷
পাহৰিমেই বা কিয়?
জীৱনৰ উপলব্ধি গভীৰ সুতীব্র হয়
যেতিয়া এগৰাকী নাৰী মাতৃত্বৰ ৰূপ লয়
মাতৃত্বও যে এক সুকীয়া সৌন্দৰ্য
যত শকতি প্রণামো নামত ব্যক্ত চৰ্চিত..
নিষ্ঠুৰ নিয়ঁতিৰ
নিশ্বাসত
জীয়াই আছে মোৰ জীৱন।
শূন্য মোৰ বুকু
প্ৰকৃতিৰ বুকুত
ন-কুঁহিৰ মেলা,
বসন্তৰ ফুলে ফুলে
কুলি-কেতেকীৰ খেলা।