জীৱন সমুদ্ৰ যাত্ৰাত
জীৱিকাৰে নকৰিবা সৰু বৰ ভাগ,
এল আই চি এজেন্ট মানে নহয় ডকাইত।
Month: March 2021
শীতৰ সেমেকা আবেলি, ৰাজপথৰ একাষত,
গাঁত ফটা-চিঙা কাপোৰ, ৰঙা নয়ন যোঁৰ,
আগত এটি থাল, গাল মূখ শতৰা,
দুৰ্বল তন থৰ থৰে কপিছেঁ।
সৌ সিদিনা
এন্ধাৰ নিশা,
প্ৰদীপৰ খুটাটোৰ তলত ৰৈ,
চকা মকা চাৱনিৰে
ফাগুন মানে,
চঞ্চলা শিমলুৰ ৰঙা,
মৌপিয়াই চুমা খোৱা লাজুকী মদাৰ,
অভিমানী পলাশৰ ৰঙীন আভা।
মই তেতিয়া কুৰুৱা এম ভি স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্র ৷ সেই সময়ত কুৰুৱাত বিজুলী শক্তিৰ ব্যৱহাৰেই হোৱা নাছিল ৷ স্কুল চুটীৰ পাছত গৰমৰ দিনত ৰাস্তাৰ দাঁতিৰ গছৰ ছাঁত মেজ বেঞ্চ পাৰি ভৰদুপৰীয়া জিৰণি লোৱাৰ নামত সাধুকথা পঢ়া, বাঘ ঢাল খেলা, কড়ি খেলা আদি পৰম্পৰাগত দৰে আছিল৷ তেনে এদিনাখন
সৃষ্টিকৰ্তাৰ যাদুকৰি পৰশত
প্ৰান পাই উঠা চতুৰ্দিশে
কেৱল সৌন্দৰ্যৰ বিপুল সম্ভাৰ
ঝাও বনৰ মাজে মাজে
আচ্ছন্ন কাদম্বিনীৰ কান্তিময় কাহিলি
কান্তপক্ষী শান্ত হৈ
কুহেলিকাৰ কাব্যকুঞ্জত শোভিত শব্দগুচ্ছ –
চন্দ্ৰকলাৰ লাৱণ্য লৈ।
বাৰ্দ্ধক্য ,
উস ! বাৰ্দ্ধক্যৰ কথা নুসুধিবা মোক
বাৰ্দ্ধক্যৰ ছবি নেদেখুৱাবা মোক
সেই দুখৰ ছবি ——-
কৰিমেই যুদ্ধ হ’মেই বিজয়ী
পৰাজয় নলও নলও স্বীকাৰ কৰি
আগুৱাইছো আগুৱাম নৰও থমকি
হেৰুৱা নাই আত্মবিশ্বাস আত্মশক্তি
শেহতিয়া ফাগুনৰ
ব’তাহ জাকত নীৰৱে,
উৰি যাব ধৰিছে তোমাৰ,
বিষাদ ভৰা অভিমানী মন।