শুনিছোঁ ফাগুন হেনো মতলীয়া..
ফাগুন সঁচাই জানো মতলীয়া?
নহয়, ফাগুন আহে ফাগুনী হৈ,ধৰিত্ৰীৰ বুকুত
এক সুকীয়া সুবাস বিলাব লৈ
Month: February 2021

অখণ্ডমাধুৰ্য্যমণ্ডলমণ্ডিত অনৱচ্ছিন্ন
সুৰম্য শৈল্পিক অনিৰুদ্ধ ছন্দস্পন্দিত
বাস্তৱৰিক্ত অনন্য অনন্ত অমিয়া অনুভৱদীপ্ত
অখণ্ড অময়া অনন্য সুললিত সুৰীয়া

মাতাল নৱ যুৱ প্ৰজন্ম
গভীৰ নিচাত,
সা-সম্পত্তি বিক্ৰী
আবেগৰ হেঁচাত।

প্ৰকৃতিৰ বুকুত নির্দিষ্ট হৈ নামি অহা
তুমি “ৰাতি”জোনাক আঁতৰাই
আন্ধাৰ ৰাতি অহা পোহৰৰ আৱৰণ ঢাকি
তুমি এমুঠি নীৰৱ নিচ্ছুপ আকাৰ হৈ

সুৰ সুৰীয়া
সৰু গলিটোৰে
সোমাই গৈছিলোঁ
তোমাক বিচাৰি।

মোৰ কলিজাৰ নিভৃত কোনত
শব্দ বোৰ নিগাজীকৈ ৰাখিছো সাঁচি।
হঠাৎ কেতিয়াৱা,
কেঁচা তেজৰ বুৰবুৰণিত

আশা ভাঙি গঢ়ি আহিছো আগবাঢ়ি
পদে পদে হতাশাইহে ধৰে সাৱতি
বাস্তৱ পোহৰ কৰি নজ্বলেহে নজ্বলে
স্বপ্নীল নয়নৰ স্বৰ্ণালি চাকি গছি