জন্মিয়ে আইৰ কোলাতে
নাম পালো বংশ ৰক্ষক;
দোপত দোপে ডাঙৰ হৈ
খোজে প্ৰতি সঁকিয়নি দায়িত্বৰ:

জন্মিয়ে আইৰ কোলাতে
নাম পালো বংশ ৰক্ষক;
দোপত দোপে ডাঙৰ হৈ
খোজে প্ৰতি সঁকিয়নি দায়িত্বৰ:
বাকৰুদ্ধ আজি জনতা
চাৰিওফালে উৰিছে
কেৱল অবিশ্বাসৰ ধোঁৱা।
অজ্ঞৰ যজ্ঞত সূৰ্য্যৰ সংকট
মৌন পৃথিৱী ধুম্ৰাচন্ন ভৱিষ্যত
অবিচাৰ অত্যাচাৰত আজি পঙ্গু বাস্তৱ
সত্য প্ৰেম ন্যায়ৰ পথ আজি হ’ল বইকত
শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ
এটি জনপ্ৰিয় গান
মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাৱে
বটদ্ৰৱাৰ আলিপুখুৰী নামে গাৱঁত
সত্যসন্ধা আইৰ গৰ্ভত পিতা কুসুম্বৰৰ ঔৰসত
জন্মিলা বিষ্ণুৰ অংশ শংকৰ নামেৰে;