হিয়া ৰিক্ত হৈ পৰে,
হেৰাই যোৱা জন মনত পৰিলে,
হিয়া ৰিক্ত হৈ পৰে,
সোনালী অতীত স্মৰণ কৰিলে ৷
Month: February 2021
ফাগুন-ফাগুন,
এচাটি ধূলিময় বতাহৰ,
বলিয়া ফাগুন।
মনৰ মাজত যে বলিছে,
উত্তাল প্ৰেমৰ,
আছে জানো তোমাৰ মোৰ
কিবা পৰিচয়
যাম বা কলৈ পুনৰ ঘূৰি?
মই প্ৰেম ভিক্ষাৰিণী
অনন্ত কালৰ
মোহময়ী সৃষ্টিত মই
কেন্দু ঘাটৰ ৰেঙণিয়ে জিলিকাই ৰাখিবনে মোৰ জীৱনৰ ঢিমিক-ঢামাক চাকিগছি?
ভাবনাৰ পালতৰা নাও
দুপৰ ৰাতি গীত জুৰি বতাহৰ তালে তালে অপেক্ষা মাথোঁ তোমাৰ বাবে!
মোক দিছিলা যিদিনা তোমাৰ জীৱনৰ অন্যতম ফচল পাহৰা নাই আজিও
অসমৰ কণী যুঁজ
সকলোৰে প্রিয় খেল,
বিহুৰ উৰুকালৈ
কণী যুঁজৰ মেল।
সভ্যতাৰ গৰকা ক্ষৌণীসেউজ পথাৰখনত
নাৰী যদি বিধৱা হয়
ঘিণাৰ পাত্ৰ কিয়?
দৰ্জাখন খুলি দেখিলো চোতালত এগৰাকী মহিলাই সৰু পানী কেঁচুৱা এটা আৰু চাৰি বছৰীয়ামান লৰা এটা লৈ এমোৰত বহি আছে । মোক দেখি মানুহজনীয়ে কাতৰভাৱে কলে – – দাদা কিবা অলপ খাবলৈ দিয়ক, কালিৰে পৰা একো খোৱা নাই।
আলসুৱা হিয়াত
বাজিছে গীতৰ ঝংকাৰ,
অসংখ্য অনুভূতিৰে পূৰ্ণ
সোণালী স্বপ্ন নিৰাকাৰ।
কেইবাশ বছৰ আগত ভূটানৰ হা ভেলীৰ জিফিউ বস্তিৰ সমীপৰ নদীখনৰ বুকুত আকাশৰ পৰা এটা আঘাত প্ৰাপ্ত শগুণ উৰি আহি পৰিছিল ৷ নদীখনৰ পানীত পৰা পাছতেই ডেউকা ভগা শগুণটো সুস্থ হৈ উঠি পুনৰ আকাশলৈ উৰা মাৰিছিল৷
এক আদি পৰিকল্পিত যোজনা
পৃথিৱীৰ দ্বিপদী গছৰ জীৱনলৈ
সিঁচৰিতি কৰি দিয়া হ’ল,যোজনাৰ ব্লু-প্ৰিন্ট্
মগজুৰ মধ্য কোণত সুমোৱাই দিয়া হ’ল তাৰ সঞ্চিত বীজ-