তুমি যদি ভাবিছা
মোৰ হ’ম বুলি!
থাকা মোৰ আশাৰ
আঁচলত ধৰি।
Month: February 2021
আশা ভাঙি গঢ়ি আহিছো আগবাঢ়ি
পদে পদে হতাশাইহে ধৰে সাৱতি
বাস্তৱ পোহৰ কৰি নজ্বলেহে নজ্বলে
স্বপ্নীল নয়নৰ স্বৰ্ণালি চাকি গছি
বৌদ্ধ ধৰ্মত জল ইশ্বৰৰ কাৰণে আটাইতকৈ পবিত্র, নিৰ্মল, স্বচ্ছল আৰু উৎকৃষ্ট অঞ্জলি বুলি মনা হয়৷ সেই কাৰণে লামা সকলে পবিত্ৰ জল চতিয়াইহে পূজা পাতল আদিৰ সুভাৰম্ভ কৰে৷ তেওঁলোকে যাত্ৰা পথত পোৱা পবিত্ৰ নদী বা নিজৰাৰ পৰা জল সংগ্ৰহ কৰাটো এটা পৰম্পৰাগত ৰীতিও৷
জীৱনৰ প্ৰতি পল
জীৱনৰ প্ৰতি ক্ষণ,
অটুট আত্মবিশ্বাস
আভ্যন্তৰীণ শক্তিৰ ইন্ধন।
শুনিছোঁ জেৰেঙাত
জয়াৰ বিননী
যুগৰ ব্যস্ত জীৱনত
শুনিবলৈ কাৰোৰে আহৰি নাই।
উতনুৱা ফাগুনৰ
চঞ্চলা বতাহ জাকে
আৱৰি ধৰিছিল
মৰমৰ আবেগেৰে।
তোৰ ভালপোৱাবোৰ
মোৰলৈ বৈ আহে
একাঁ বেকাঁ বাটেৰে,
ৰ’দত দহি
বৰষুণত তিতি
এটি সূৰ্যৰ মৃত্যু হৈছিল
সংগ্ৰামী আত্মাৰ বিননিত
জৰজৰকৈ খহিছিল লুইত পাৰৰ মাটি,
কৰুণ সুৰ এটি ৰৈ ৰৈ বাজিছিল
জীৱনৰ জটিল পথত
উওৰ নাপালো বিচাৰি।
ন্ধাৰ নিশা
একা বেকা পথত
দুকুৰি বছৰ পাৰ হৈ গ’ল!