দুষ্ট জোনাক
আজি যে কৃষ্ণ পক্ষ
আহিব নোৱাৰ কাষলৈ।
আজি আকাশত উজ্জলিব
এজাক তৰা

দুষ্ট জোনাক
আজি যে কৃষ্ণ পক্ষ
আহিব নোৱাৰ কাষলৈ।
আজি আকাশত উজ্জলিব
এজাক তৰা
মই যুগৰ জীৱিত বুৰঞ্জীৰ হিয়াৰ বিপ্লৱ
মাজনিশাৰ অনাথৰ কাতৰ চিঞৰ
প্ৰেমাকাংক্ষী মই
নহয় দেৱদাসী বিপ্লৱী পথৰ
প্ৰেমৰ কবিতা লেখিবলৈ বহিলো
শব্দবোৰে দেখোন দূৰলৈ ঢাপলি মেলিলে
প্ৰেমক কলো,
মোৰ হৃদয়ত থিতাপি লোৱা
মই শব্দৰধাৰা হৈ
মোৰ আকৌ এবাৰ জানিব মন যায়
তোমাৰ ইতিহাস!
মোৰ আবেগ ভৰা মনৰ সুযোগ লৈ
তুমি ধুমুহাৰ গতিৰে আহি—
আধুনিক ভাৱ ধাৰাত
কলমটো পুৰণি হ’ল।
ব্যৱহাৰ হ’ল ম’বাইল, ডেস্ক’টপ ।
কেৱল স্বাক্ষৰতে সীমাবদ্ধ কলম
কলমত কৈ শ্ৰেষ্ঠ হ’ল লেপটপ।