ৰাতিপুৱা পৰা দুপৰীয়া বেলি
ডুবাৰ লৈকে ৰৈ আছে তোৰ অপেক্ষাত!
তোক চোৱাৰ হেঁপাহত
নাজানো মোৰ দুচকু

ৰাতিপুৱা পৰা দুপৰীয়া বেলি
ডুবাৰ লৈকে ৰৈ আছে তোৰ অপেক্ষাত!
তোক চোৱাৰ হেঁপাহত
নাজানো মোৰ দুচকু
তই কুশলে আছনে?
শুনিছো তোৰ পদূলিৰ আলিকেকুৰিটোত সিঁহতবোৰৰ এতিয়া সঘন পদচালন
সিহঁতবোৰেতো কেৱল তোৰ জেপত থকা
গৰ্ভ নিৰোধক পিলবোৰৰ প্ৰতিহে অভিজ্ঞ
যি ভক্তিয়ে
ভগৱত ভক্তিক নকৰে আকৰ্ষিত
সেই ভক্তি ধ্ৰুৱস্মৃতি অন্বিত হ’লেও
নহয় প্ৰাণৱন্ত
যুক্তিবাদী আছিল পিতৃ
আৰু মাতৃ ধর্মপ্রানা ,
পিতৃ আৰু মাতৃ
তেওঁৰ চিন্তা চৰ্চাৰ অনুপ্ৰেৰণা।
চিকিম, দাৰ্জীলিং আদি
স্বাস্থ্যকৰ ঠাই,
দেশ-বিদেশৰ পৰ্যটক
ফুৰিবলৈ যায়|
স্বাধীনতাৰ অমিয় সুৱাদ
কতযে জীৱনৰ বলিদানত প্ৰাপ্ত!
ৰাখিব লাগিব সদায় তেওঁলোকৰ মান
শতবাৰ নমন কৰি হে মাতৃভুমিৰ সন্তান;
হে বীৰ শ্বহীদ
তোমাকো সহস্ৰ প্ৰনাম
তোমাৰ মাতৃভূমিৰ অগাধ প্ৰেমে
উজলাই ৰাখিছে ভাৰতবৰ্ষৰ নাম