তুমি মোৰ ডায়েৰী হ’বানে?
আৰু মই কলম হৈ তাতে
প্ৰতিটো পৃষ্ঠাত লিখি যাম
তোমাৰ আৰু মোৰ
Month: January 2021
জুৰিয়ে কমলক বহুত মনে প্ৰাণে ভাল পাইছিল।তাই তাৰ এষাৰি মাত শুনিবলৈ ব্যাকুল হৈ পৰিছিল। কিন্তু কমলে হয়তো তাইক ইমান ভাল পোৱা নাছিল।নাজানে তাইৰ তাৰ মনৰ কথা।সি তাইক সঁচাকৈ ভাল পাইছিল নে বেয়া লাগিলে নতুবা অকলশৰীয়া অনুভৱ কৰিলে তাইৰ লগত টাইম পাচ কৰিবলৈ অতি আপোন ভাৱে কথা পাতিছিল।
তাহানি কালতে আইতা জনীয়ে,
নৱ জাতক ভুমিষ্ঠ কৰাছিল
কল পাতত শুৱাই,
জৰাফুকা পানীৰে গৰ্ভ খালচ কৰিছিল।
তীব্ৰ প্ৰতিকুলতাত তিষ্টি থাকিব পৰা জনহে
সুদৃঢ় সুনিপুন আত্মবিশ্বাসেৰে তীব্ৰ শক্তিশালী
ঐশ্বৰ্য প্ৰাচুৰ্য শূন্য হ’লেও
ৰাষ্ট্ৰপতিৰ পৰা মানৱ-বন্ধু খিতাপৰ ক্ষ্মাৰকখন গ্ৰহণ কৰি সত্যবানৰ সাতচল্লিচ খ্ৰী:পূৰ্বত জুলিয়াছ চিজাৰে জেলা সমৰ জিকি কোৱা ‘ভেনি ভিদি ভিচি’ বাক্যাংশ মনত পৰিল৷
সুউচ্চ হিমালয় গিৰিমালাৰ পাদদেশৰ একমাত্ৰ ৰাজতান্ত্ৰিক দেশ, লেণ্ড অফ থাণ্ডাৰ ড্ৰেগন (ভূটান) ৰ ৰাজপথেৰে যাত্ৰা কৰি অভিনন্দন ধন্য হৈ পৰিল৷ পৰিস্কাৰ পৰিচন্ন, যানবাহনৰ যানযট নথকা পাৰো-থিম্ফু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ একাষে সুউচ্চ থিয় লঠঙা পাহাৰ আৰু ইকাষে এখন সৰু নদী৷ নীলাভ আৰু স্বচ্ছল কুলকুল
হাঁহি ধেমালিৰ বজাৰখনৰ
মই এতিয়া এজন অনিয়মীয়া গ্ৰাহক
ৰৈ আছো জোলোঙা পাতি অকণমান
আশাৰ ৰেঙণি বুটলিম বুলি
ওপৰৰ পৰা চিম চিমকৈ বৰষুণ পৰিছে ।এজাক বতাহে পলিথিন খন উৰুৱাই নিবলৈ তুমুল যুদ্ধ কৰিছে । এছাৰকণিট হো হোৱাই জ্বলি থকা ষ্টভটো নুমাই যোৱা যেন লাগিছে ঠেটুৱৈ লগা ঠেৰেঙা জাৰত কপি কপি ৬০ ৰ উদ্ধৰ মহিলা গৰাকীয়ে ইফালৰ পৰা
হে প্ৰেম, তুমি দূৰতে ৰোৱা;
তোমাৰ আচৰণ যে আৰু অসহণীয়!
মিঠা শব্দৰে ধৰাসায়ী মোক নকৰিবা;
প্ৰেমৰ আলয়ত শিহৰণকাৰী অনুভূতিয়ে মোক অকলশৰীয়া কৰিব:
নিশব্দ ৰজনীৰ পহৰাত
ব্ৰতী জাগ্ৰত আহোম সেনানী।
সময় বোৰ পাৰ হৈছিল
চকুযুৰি মুদি সপোন দেখাৰ