শুকুলা মেঘৰ আঁৰত
    জোনালী তোমাৰ হাঁহি
      জৱা ফুলীয়া কলিজাখন
        ৰাখিছা সযতনে,
          যেন গোলাপৰ পাহি।

স্থায়ী কৈ ৰাখিছা তুমি
      হৃদয়ৰ অতন্দ্ৰ প্ৰহৰী
            হৃদয়ৰ সফুৰা খুলি
                বিলাই দিয়া সঁচা মৰমৰ সুগন্ধি।

Related Posts