মায়াবী স্বপ্নৰ উন্মাদনাত
ঘোপ মৰা আন্ধাৰ নিশা
উন্মুক্ত বক্ষৰ ৰম্য ভূমিত বিচৰণ।
অনুৰক্ত কামনাৰে
উলঙ্গ শৰীৰ উপভোগত

মায়াবী স্বপ্নৰ উন্মাদনাত
ঘোপ মৰা আন্ধাৰ নিশা
উন্মুক্ত বক্ষৰ ৰম্য ভূমিত বিচৰণ।
অনুৰক্ত কামনাৰে
উলঙ্গ শৰীৰ উপভোগত
নৈতিক আৰু আধ্যাত্মিক শিক্ষা অবিহনে আমাৰ আত্মা শুদ্ধ আৰু পৱিত্ৰ নহয়। নিজৰ প্ৰতিভাৰ দীপ্তিৰে জীৱন সুন্দৰ ৰূপত গঢ় দিব খোজা প্ৰতিজনৰে অতীব প্ৰয়োজন কৰ্মস্পৃহা, নিয়মানুৱর্তিতা, শৃংখলাবদ্ধ, সহিষ্ণুতা গুণ।
প্ৰণয়ৰ নাগ পাশত থম মেৰিয়াই
আজীৱন তোমাক
বিচৰণ কৰিবা মোৰ মানসপটত
মুক্ত বিহংগিনী হৈ
বুকুত অদম্য উৎসাহ লৈ
জপিয়াই পৰিছিল
বিদেশীমুক্ত কৰিবলৈ
অসমৰ বুকুত|
তুমি খং কৰা মই
তোমাৰ অভিমান ভাঙিম।
তুমি নামাতিলেও
মই তোমাক মাতিম।
ফাগুন আহিব,
ভাৰসাম্য উষ্ণতাৰ। বননিত ফুলিব,
শিমলু, পলাশ, মদাৰ।
হব গীতৰ অমৃত পান,
মন্ত্ৰমুগ্ধ হৃদয়জান।
আহিবা এদিন জোনাক নিশা
বুকুত প্ৰেমৰ বতৰা লৈ
নৈৰ পাৰত বহি দুয়ো মিলি
গণিম আকাশী তৰা।
এনে নহয় যে অনুভূতি বোৰ নোহোৱা হৈ গ’ল
জীৱনৰ সমাধিত হে অনুভৱ সমাধিস্থ
তথাপি লিখিবলৈ মন গ’ল
শেষৰটো কবিতা
আউসীৰ তমসাৰে ভৰা এক
জয়াল অবুজন পৃথিবীৰ
মানুহবোৰৰ মাজত জীয়াই
আছো কথমপি উশাহটি লৈ।