কেতিয়াবা হৃদয়ত ভাবৰ অভাব,
কেতিয়াবা শব্দৰ আৰু
কেতিয়াবা অনুভব বিহীন হৈ
পৰে হৃদয়।
Month: December 2020
মই তোমাৰ প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ
বন্ধু …. প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ__
মই বিচাৰোঁ তোমাৰ সহযোগী হ’ব লৈ
তোমাৰ সুখত সুখী আৰু
তোমাৰ দুখত দুখী হ’ব বিচাৰোঁ
ধৰ্মীয় কুখ্যাত সন্ত্ৰাসবাদ
নহয় যদি উৎস্খাত
অৰ্থহীন অস্তিত্ব ৰক্ষাৰ আন্দোলন অৱৰোধ
হুংকাৰ প্ৰতিবাদ
জীৱনৰ শেষ আশ্ৰয়ৰ স্থল
বৃদ্ধাশ্ৰম |
জী-জোঁৱাই,পুত্ৰ- বধূৰ
ব্যস্ত জীৱন |
ঐ মোৰ আপোন প্ৰেয়সী
মোৰ হৃদয়ৰ ডায়েৰীত
কতবাৰ, কতবাৰ লিখিলোঁ তোমাৰ নাম
কিন্তু তুমি উমান ল’ব নাজানিলা
মোৰ সমস্ত ভালপোৱাক
বছৰটোৰ বিদায় ক্ষণ
হ’ল সমাগত ,
তিতা -মিঠা অভিজ্ঞতা
থাকিল লগত ;
আগন্তুক বছৰ যেন
আশাপূৰ্ণ হয়,
তাকেই কামনা কৰোঁ
প্ৰভূৰ চৰণত|
পুৱা সবিতাৰ কিৰণত ফুলি উঠিল,
দুটি ওঠঁৰ মিচিকিয়া হাঁহি।
তোমাৰ কবিতাৰ প্ৰতিটো শব্দত
বিচাৰি পাওঁ প্ৰেমৰ এনাজৰী।
হৃদয়ৰ নিভৃত কোণত
আঁকি ললো তোমাৰ ছবি
হৃদয়ৰ নিভৃত কোণত